অসম পৰ্যটন উন্নয়ন নিগমৰ অন্তৰ্গত পৰ্যটকৰ লজসমূহৰ বিৱৰণ অসম পৰ্যটন উন্নযন নিগম সঞ্চালকালয়ত উপলব্ধ। অসম পৰ্যটন উন্নয়ন নিগমৰ আন্তঃগাঁথনি আৰু সম্পদসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল:

  • প্ৰশান্তি পৰ্যটক ল'জ, ধুবুৰী
  • কেফেটেৰিয়া কাম ৱাটচ টাৱাৰ, ধুবুৰী
  • প্ৰশান্তি পৰ্যটক ল'জ, বঙাইগাঁও
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ , উত্তৰ শালমাৰা
  • কয়াকুজিয়া ইকো' ৰিজৰ্ট
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, দুধনৈ
  • চান্দুবী ইকো' ৰিজৰ্ট
  • প্ৰশান্তি পৰ্যটক ল'জ, বৰপেটা ৰোড
  • প্ৰশান্তি যাত্ৰী নিবাস, বৰপেটা
  • প্ৰশান্তি পৰ্যটক ল'জ, সৰ্থেবাৰী
  • প্ৰশান্তি যাত্ৰী নিবাস, গৰখীয়া গোসাঁই থান, সৰভোগ
  • পৰ্যটক ল'জ, বৰপেটা (DOT)
  • পৰ্যটক ল'জ, বংশবাৰী (DOT)
  • মানস ৰাষ্ট্ৰীয় উদ্যান, বংশবাৰী
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, ৰঙিয়া
  • উদিয়ানা, ৰঙিয়া ৰেষ্টোৰা
  • প্ৰশান্তি (বৰদৈচিলা) পৰ্যটক ল'জ, নলবাৰী
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, পাঠশালা
  • প্ৰশান্তি পৰ্যটক লজ, হাজো
  • জিৰণি কোঠা আৰু ৰেষ্টোৰা, মদন কামদেৱ
  • প্ৰশান্তি পৰ্যটক ল'জ, গুৱাহাটী
  • সতী ৰাধিকা প্ৰশান্তি উদ্যান
  • প্ৰশান্তি শুক্ৰেশ্বৰ ঘাট পাৰ্ক আৰু ৰেষ্টোৰা
  • নৱগ্ৰহ কুটীৰ
  • প্ৰশান্তি পৰ্যটক ল'জ, কামাখ্যা
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, ধেকিয়াজুলি
  • প্ৰশান্তি পৰ্যটক ল'জ, ওৰাং
  • ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দৰং
  • প্ৰশান্তি পৰ্যটক লজ, তেজপুৰ
  • প্ৰশান্তি কুটীৰ, ভালুকপোং
  • প্ৰশান্তি পৰ্যটক ল'জ
  • পৰ্যটক ল'জ, (পৰ্যটন বিভাগ)
  • প্ৰশান্তি ইকো পৰ্যটক ৰিজৰ্ট, পটাশালী (জীয়া ভৰালী বন ৰিজৰ্ট)
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, বিশ্বনাথ চাৰিআলি
  • প্ৰশান্তি পৰ্যটক ল'জ, পবিতৰা
  • পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, ৰজা মায়ং
  • প্ৰশান্তি পৰ্যটক ল'জ, নগাঁও
  • জাগীৰোড স্বচ্ছনন্দতা কেন্দ্ৰ
  • তৃপ্তিৰে এসাজ, আমনি
  • ডাউন টাউন হ'লিদে ৰিজৰ্ট, চামগুৰি
  • চামগুৰি হ্ৰদত পৰ্যটকৰ গন্তব্যস্থানৰ বিকাশ
  • কলীয়াভোমোৰা জল ক্ৰী়ড়া উদ্যান (টেনজ্ ৱাটাৰ স্পোৰ্টস)
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, ফুলাগুৰি
  • অনন্যা পৰ্যটক ল'জ
  • বনানী ল'জ, কাজিৰঙা
  • আদৰণী কেন্দ্ৰ (জোনাকী কাৰেং)
  • জুপুৰিঘৰ
  • শিল্পগ্ৰাম চন্দ্ৰফুকন স্মৃতি পৰ্যটন প্ৰকল্প
  • কাজিৰঙা প্ৰশান্তি কুটীৰ
  • কুঞ্জবন ল'জ, কাজিৰঙা
  • বনশ্রী ল'জ, কাজিৰঙা
  • আগৰাতলী ইকো পৰ্যটন ৰিজৰ্ট
  • প্ৰশান্তি পৰ্যটক ল'জ
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, নুমলীগড় ৰেষ্টোৰা
  • প্ৰশান্তি পৰ্যটক ল'জ, যোৰহাট
  • বাৰ সংযুক্ত যোৰহাট ল'জ
  • প্ৰশান্তি পৰ্যটক লজ
  • ৰুদ্ৰসিংহ জাতিগত উদ্যান
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, শিৱসাগৰ
  • পৰ্যটক ল'জ, শিৱসাগৰ
  • প্ৰশান্তি ইকো পৰ্যটন ৰিজৰ্ট, মাজুলী
  • প্ৰশান্তি পৰ্যটক ল'জ, তিনচুকীয়া
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, ডিগবৈ
  • স্বচ্ছনন্দতা কেন্দ্ৰ, খোৱাং
  • প্ৰশান্তি পৰ্যটক লজ, শদিয়া
  • প্ৰশান্তি পৰ্যটক ল'জ, শিলচৰ
  • বাৰ সংযুক্ত শিলচৰ ল'জ
  • পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ, কলেইন
  • প্ৰশান্তি পৰ্যটক ল'জ, হাইলাকান্দি
  • প্ৰশান্তি পৰ্যটক ল'জ, থাণ্ডাপুৰ
  • প্ৰশান্তি পৰ্যটক ল'জ, কৰিমগঞ্জ
  • প্ৰশান্তি পৰ্যটক ল'জ, ৰামকৃষ্ণ নগৰ
  • ৰামকৃষ্ণ নগৰ, কৰিমগঞ্জ

সুবিধা বা ঠাইৰ বিষয়ে অধিক জানিবলৈ অসম পৰ্যটন উন্নয়ন নিগমৰ সম্পদসমূহত ক্লিক কৰক