অসম ৰাজ্যিক পোৰ্টেলে সমগ্ৰ বিশ্বত ৱেব সংঘৰ সহজলভ্য সমল নিৰ্দেশনাৱলী ২.০ পৰ্যায়ৰ এ.এৰ সৈতে অনুপালন কৰে। এনেধৰণৰ সহায়ক প্ৰযুক্তি ব্যৱহাৰৰ ফলত দৃষ্টি বিষয়ক প্ৰতিবন্ধকতাযুক্ত ব্যক্তিসকলে ৱেবছাইটত মনোনিবেশ কৰাৰ ক্ষেত্ৰত সামৰ্থ্যবান হ'ব। ৱেবছাইট সম্পৰ্কীয় তথ্যসমূহ JAWS, NVDA, SAFA, Supernova আৰু Window-Eyes ৰ দৰে বিভিন্ন স্ক্ৰীণ ৰীডাৰৰ সৈতে উপলব্ধ।

স্ক্ৰীণ ৰীডাৰসমূহ হৈছে এনেকুৱা এক ছফ্টৱেৰ এপ্লিকেশ্যন, যি সাধাৰণ দৃষ্টিশক্তি সম্পন্ন লোকে তেওঁলোকৰ ব্যৱহাৰকাৰী সকলৰ ওচৰত‍ টেক্স-টু-স্পীচ্ছৰ অৰ্থাৎ পৰ্দাত লিখিত ৰূপে থকা তথ্যবোৰ কথিত আকাৰে অদৃশ্য মাধ্যমৰ দ্বাৰা প্ৰদৰ্শন কৰি বুজাবলৈ চেষ্টা কৰে। সম্প্ৰতি বহুতো বিনামূলীয়া আৰু বাণিজ্যিক স্ক্ৰীন ৰীডাৰ ডাউনলোডৰ বাবে উপলব্ধ। এনেধৰণৰ অবিৰতভাবে টেক্স-টু-স্পীচ্ছৰ সু অভিজ্ঞতা উপভোগ কৰিবলৈ আপোনাৰ লেপটপ বা কম্পিউটাৰত নিম্নোক্ত ছফ্টৱেৰটো ডাউনলোড আৰু ইনষ্টল কৰিব পাৰে। স্ক্ৰীন ৰীডাৰ হৈছে এনে এক সহায়ক আঁহিলা যাৰ দ্বাৰা দৃষ্টি বিষয়ক প্ৰতিবন্ধকতাযুক্ত ব্যৱহাৰকাৰীক ৱেব পেইজত উল্লেখিত বিষয়বস্তু শ্ৰৱণৰ দ্বাৰা বুজিবলৈ লিখিত ৰূপত থকা তথ্যক সংশ্লেষিত পাঠলৈ ৰূপান্তৰ কৰে।

NDVA স্ক্ৰীন ৰীডাৰ ডাউনলোড কৰিবলৈ